| 作词 : Anshuman Bora | |
| 作曲 : Kabyashree Bora | |
| জ্বালামুখী এই চহৰ | |
| ঘূমটি হেৰাই, জুই লগায় | |
| গানৰ লাভাই কৰিছে পোহৰ | |
| গানৰ বতাহত কঁপিছে প্ৰহৰ | |
| মৰুভূমি এই চহৰ | |
| ফুল, পাহি শুকাই, জুই লগায় | |
| মৰীচিকা দূৰণিত, বাট এন্ধাৰৰ | |
| গানৰ উন্মাদনাত নিশা উজাগৰ | |
| আজি গানৰ বিজুলী মোৰ তেজৰ লহৰে লহৰে | |
| সুৰৰ উল্কা সৰে সপোন-সিক্ত আকাশৰে | |
| নিৰাশাৰ ৰাতিবোৰ পাৰ হৈ যায় | |
| জ্বালামুখী এই চহৰ | |
| ঘূমটি হেৰাই, জুই লগায় | |
| গান অবিহনে নেদেখি ডাৱৰ | |
| গান অবিহনে নিবিচাৰোঁ ঘৰ | |
| জ্বালামুখী এই চহৰ | |
| ঘূমটি হেৰাই, জুই লগায় | |
| গানৰ লাভাই কৰিছে পোহৰ | |
| গানৰ বতাহত কঁপিছে প্ৰহৰ |
| zuo ci : Anshuman Bora | |
| zuo qu : Kabyashree Bora | |
| , | |
| , , | |
| , | |
| , | |
| , | |
| zuò cí : Anshuman Bora | |
| zuò qǔ : Kabyashree Bora | |
| , | |
| , , | |
| , | |
| , | |
| , | |