Ei Sohor

歌曲 Ei Sohor
歌手 Kaysee
专辑 Ei Sohor

歌词

作词 : Anshuman Bora
作曲 : Kabyashree Bora
জ্বালামুখী এই চহৰ
ঘূমটি হেৰাই, জুই লগায়
গানৰ লাভাই কৰিছে পোহৰ
গানৰ বতাহত কঁপিছে প্ৰহৰ
মৰুভূমি এই চহৰ
ফুল, পাহি শুকাই, জুই লগায়
মৰীচিকা দূৰণিত, বাট এন্ধাৰৰ
গানৰ উন্মাদনাত নিশা উজাগৰ
আজি গানৰ বিজুলী মোৰ তেজৰ লহৰে লহৰে
সুৰৰ উল্কা সৰে সপোন-সিক্ত আকাশৰে
নিৰাশাৰ ৰাতিবোৰ পাৰ হৈ যায়
জ্বালামুখী এই চহৰ
ঘূমটি হেৰাই, জুই লগায়
গান অবিহনে নেদেখি ডাৱৰ
গান অবিহনে নিবিচাৰোঁ ঘৰ
জ্বালামুখী এই চহৰ
ঘূমটি হেৰাই, জুই লগায়
গানৰ লাভাই কৰিছে পোহৰ
গানৰ বতাহত কঁপিছে প্ৰহৰ

拼音

zuò cí : Anshuman Bora
zuò qǔ : Kabyashree Bora
,
, ,
,
,
,